২০১৪ চনৰ ৩১ ডিচেম্বৰত বা তাৰ পূৰ্বে ভাৰতলৈ অহা প্ৰব্ৰজনকাৰীসকলে ভাৰতীয় নাগৰিকত্ব লাভ কৰিব।
Read Moreইয়াৰ লগতে ৰাষ্ট্ৰপতি গৰাকীয়ে হাতী চাফাৰীৰ বাবে যাব লগা মিহিমুখ অঞ্চলো পৰিস্কাৰ কৰে ছাত্ৰ ছাত্ৰীৰ দলটোয়ে ৷ ছাত্ৰ ছাত্ৰী সকলৰ এই পৰিস্কাৰ অভিযানত পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ বন বিষয়া তৰুণ গগৈ আৰু জেষ্ঠ সাংবাদিক উত্তম শইকীয়াৰ উপৰিও বন বিভাগৰ অৱসৰপ্ৰাপ্ত জেষ্ঠ বন বিষয়া দিব্যধৰ গগৈ আৰু ডি এফ অ' ৰমেশ কুমাৰ গগৈ আৰু বোকাখাতৰ বনাঞ্চলিক বিষয়া মনজিত সোনোৱালেও সহযোগ কৰে ৷
Read More