এই শাখাকেইটা হৈছে কলা আৰু সংস্কৃতি, সাহসিকতা, উদ্ভাৱন, মেধা, সমাজ সেৱা আৰু ক্ৰীড়া। এই পুৰস্কাৰত আছে একোটা পদক, এখন প্ৰমাণপত্ৰ আৰু নগদ ১ লাখ টকা।
Read Moreযোৱা কেইসপ্তাহমানৰ ভিতৰত হাজাৰ হাজাৰ হতাশগ্ৰস্ত জনসাধাৰণে তেল ডিপ’সমূহত শাৰী পাতি থকা ব্যক্তিক আক্ৰমণ কৰাৰ লগতে আৰক্ষী আৰু সশস্ত্ৰ বাহিনীৰ লগত হোৱা কেইবাটাও সংঘৰ্ষৰ খবৰ প্ৰকাশ পাইছে ।
Read Moreপ্ৰয়াত বৰ্মনে সিংহ পুৰুষ ৰাধাগোবিন্দ বৰুৱা, সুধাকণ্ঠ ড: ভূপেন হাজৰিকাৰ লগতে বিমলা প্ৰসাদ চলিহাৰ পৰা সৰ্বানন্দ সোনোৱাললৈ বহু কেই গৰাকী মুখ্যমন্ত্ৰীৰ সৈতে একেলগে কাম কৰিছিল।
Read More