ভৱানীপুৰ সমষ্টিত ফণী তালুকদাৰক, থাওৰা সমষ্টিত সুশান্ত বৰগোহাঁইক আৰু মৰিয়নী সমষ্টিত ৰূপজ্যোতি কুৰ্মীক দলীয় প্ৰাৰ্থিত্ব দিয়াৰ কথা বিজেপিয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰে ।
Read Moreৰাজ্যখনৰ পৰিসীমা সুৰক্ষিত কৰি ৰখাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰ সীমাহীন হেমাহি, বনাঞ্চল সুৰক্ষাৰ নামত পৰ্যাপ্ত বনকৰ্মীৰ অভাৱ আৰু অন্যান্য আনুষংগিক দুৰ্বলতাৰ সুযোগ লৈ তিনিওখন বনাঞ্চলতে চুবুৰীয়া ৰাজ্য নগালেণ্ডে অবাধে বনধ্বংস কৰি বেদখল কৰি আহিছে। চুবুৰীয়া ৰাজ্যখনৰ অসমৰ ভূ-খণ্ডৰ ওপৰত অবাধ আগ্ৰাসনৰ বিষয়টো ৰাজ্য গৃহ বিভাগৰ অৱগত যদিও নিমাত-নিতাল।

Read More