উল্লেখযোগ্য যে পৰৱৰ্তী সময় গোটেই কেইটা বিষয়তে এনে ব্যৱস্থা অনাৰ কথাও চিন্তা কৰিছে কৰ্তৃপক্ষই।
Read Moreবিশেষ পৰীক্ষাত বহিব বিচৰাসকলে sebaonline.org ৱেবচাইটত অন-লাইন প্ৰ-পত্ৰ পূৰণ কৰিব লাগিব।ছেবাৰ অন লাইন পোৰ্টেল ৫ আগষ্টৰ পৰা ১২ আগষ্ট পৰ্যন্ত উপলব্ধ হ’ব। বিশেষ পৰীক্ষাৰ সময়সূচী পৰৱৰ্তী সময়ত ছেবাই প্ৰকাশ কৰিব।
Read More