চিছ’দিয়াৰ গ্ৰেপ্তাৰক লৈ তেওঁৰ নিজা দল আম আদমী পাৰ্টিৰ লগতে তৃণমূল কংগ্ৰেছ, সমাজবাদী পাৰ্টিকে ধৰি বিৰোধী দলসমূহে চিবিআই আৰু কেন্দ্ৰীয় চৰকাৰক গৰিহণা দিছে।
Read Moreমন্ত্ৰীগৰাকীয়ে কয় যে যোৱা বছৰৰ ২২ ডিচেম্বৰত ১২,০০০ টা পৰিয়ালক পানী যোগান ধৰিব পৰাকৈ জাইকা প্ৰকল্পৰ আংশিক কাৰ্যকৰীকৰণ কৰা হৈছিল যদিও তাৰে মাথোঁ ৫,৪০০ টা পৰিয়ালেহে এতিয়ালৈকে খোৱাপানীৰ সংযোগৰ বাবে আৱেদন কৰিছে৷
Read Moreআগন্তুক বৰ্ষৰ জানুৱাৰীত চতুৰ্থ বৰ্গৰ প্ৰাৰ্থী সকলৰ বাবে সাক্ষাৎকাৰ আৰু তৃতীয় বৰ্গৰ প্ৰাৰ্থীসকলৰ বাবে স্কিল টেষ্ট প্ৰক্ৰিয়া সম্পন্ন হ’ব বুলিও সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই।
Read Moreভাৰতত সংঘটিত হোৱা ঘটনাৰ বিশদ তদন্তৰ অন্তত সেই সময়ত কৰ্তব্যৰত বায়ুসেনাৰ তিনিজন বিষয়াক দোষী সাব্যস্ত কৰা হৈছে। শাস্তি হিচাপে তেওঁলোকক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয়।
Read MoreAll these factors combined, it makes the task very tough for the frontline forest staff deployed in Pobitora WLS and they often have sleepless nights as their stress level remains on the higher side because of the toughness of their job.
Read Moreতেওঁলোকে উপাচাৰ্যক এখন কমিটি গঠন কৰি বিষয়টোৰ তদন্তৰ বাবে আবেদন জনাইছে লগতে দুৰ্নীতিৰ লগত জড়িত সকলৰ বিৰুদ্ধেও বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ পশ্চিমবংগ চৰকাৰক অনুৰোধ জনাইছে ।
Read Moreপাৰ্থ চেটার্জীয়ে অৰ্পিতাৰ ঘৰটো ব্যৱহাৰ কৰাৰ লগতে অন্য এগৰাকী মহিলায়ো পাৰ্থৰ সৈতে তেওঁৰ ঘৰলৈ অহা-যোৱা কৰে বুলি ব্যক্ত কৰিছে। সেই মহিলাগৰাকীও পাৰ্থ চেটাৰ্জীৰ ঘনিষ্ঠ বুলি প্ৰকাশ কৰিছে।
Read MoreHowever, the same is not being done by the wholesalers or the retailers. The District Agriculture Officers are supposed to monitor the data entry and also do sample verification have failed in their duties, as a result, the scam is taking place unhindered.
Read More