সঞ্জয় বৰুৱাই কোৱা অনুসৰি তেওঁৰ পূৰ্বৰ এগৰাকী পত্নী আৰু দুটিকৈ সন্তান আছে। আৰক্ষীৰ তদন্ততহে সম্পূৰ্ণ তথ্য পোহৰলৈ আহিব।
Read Moreমন্ত্ৰীগৰাকীয়ে কয় যে যোৱা বছৰৰ ২২ ডিচেম্বৰত ১২,০০০ টা পৰিয়ালক পানী যোগান ধৰিব পৰাকৈ জাইকা প্ৰকল্পৰ আংশিক কাৰ্যকৰীকৰণ কৰা হৈছিল যদিও তাৰে মাথোঁ ৫,৪০০ টা পৰিয়ালেহে এতিয়ালৈকে খোৱাপানীৰ সংযোগৰ বাবে আৱেদন কৰিছে৷
Read Moreকেন্দ্ৰীয় কৃষি ৰাজ্য মন্ত্ৰী কৈলাশ চৌধুৰী, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জয়পুৰ গ্ৰাম্য সমষ্টিৰ সাংসদ ৰাজ্যবর্ধন সিং ৰাথোৰ, সাংসদ ৰামচৰণ বোহৰা আৰু কৃষি মন্ত্ৰ্যালয়ৰ জ্যেষ্ঠ বিষয়াসকল এই অনুষ্ঠানত উপস্থিত থাকে।
Read MoreThe Special DG of Assam heading the Task Force informed that the zero rhino poaching in 2022 could be achieved because of a multi-pronged strategy adopted by the force to check rhino poaching in Assam across all rhino-bearing areas.
Read More