সঞ্জয় বৰুৱাই কোৱা অনুসৰি তেওঁৰ পূৰ্বৰ এগৰাকী পত্নী আৰু দুটিকৈ সন্তান আছে। আৰক্ষীৰ তদন্ততহে সম্পূৰ্ণ তথ্য পোহৰলৈ আহিব।
৬০ বছৰীয়া সঞ্জয় ৰাউত মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ অতি ঘনিষ্ঠ আছিল।
ইডিয়ে তেওঁলৈ কেইবাবাৰো চমন জাৰি কৰিছিল যদিও শিৱসেনা নেতাগৰাকীয়ে বিভিন্ন অজুহাতত ইডিৰ সন্মুখত উপস্থিত হোৱাৰ পৰা বিৰত আছিল ৷
আনহাতে, বিধায়ক পদ খাৰিজ কৰিবলৈ বিদ্ৰোহীলৈ জাননী প্ৰেৰণ কৰা হৈছে। সেই সিদ্ধান্তৰ বিৰুদ্ধে শিণ্ডে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে।
এন ডি এফ বি সদস্যৰ ওপৰত থকা ২,০১৮ টা গোচৰৰ ভিতৰত বৰ্তমানলৈকে ২৭৪ টা গোচৰ নিষ্পত্তি কৰা হৈছে বুলি আলোচনাত বিতং তথ্য সদৰী কৰি পৰ্যালোচনা কৰা হয়।
হোজাইৰ যোগীজানৰ বান পীড়িত লোকসকলৰ অভাৱ অভিযোগৰ বুজ লোৱাৰ কথাও অৱগত কৰে ৷
আমিনুল ইছলামৰ নৈতিক অধিকাৰ নাই আৰু এই আহ্বান পোনচাতেই নস্যাৎ কৰিছো।
আপৰ তৰফৰ পৰা প্ৰথমখন বান সাহায্য বাহন গণেশগুৰিৰ পৰা ফ্লেগ অফ কৰে।
মই ভাবো যে এইটো মোৰ এটা ভুল আছিল
মোৰ পত্নীৰ সৈতে অবৈধ সম্পর্ক আছিল
ৰাতিপুৱা পতাকা উত্তোলন কৰে কনক লাল স্বৰ্গীয়াৰী সোঁৱৰণী কমিটীৰ সভাপতি শৰৎ ডেকাই ।
March 2, 2023