ই-সঞ্জীৱনী এপ বৰ্তমান দেশৰ সাধাৰণ মানুহ,মধ্যবিত্ত শ্ৰেণী আৰু দুৰ্গম পাহাৰীয়া অঞ্চলত বসবাস কৰা লোকৰ বাবে জীৱনদায়িনী এপ-ত পৰিণত হৈছে।
বিশুদ্ধ মাছৰ তেলত ‘পলি-আনছেচুৰেটেড ফেটি এচিড’ বা ‘পুফা’ থাকে।
স্বাস্থ্য মন্ত্ৰণালয়ৰ ই-সঞ্জীৱনী টেলিমেডিচিন সেৱাই তিনি কোটি টেলি-পৰামৰ্শৰ সেৱা অতিক্ৰম কৰিছে।
March 2, 2023