বিপদে লগ এৰা নাই শিল্পা চেট্টী আৰু স্বামী ৰাজ কুন্দ্ৰাক,এইবাৰ প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত
আৰক্ষীয়ে আইপিচিৰ ৪০৬, ৪০৯, ৪২০, ৫০৬, ৩৪ আৰু ১২০ (বি) ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি জোৰদাৰ তদন্ত আৰম্ভ কৰিছে। এই গোচৰতো শীঘ্ৰেই জেৰাৰ সন্মুখীন হ’ব ৰাজ-শিল্পা।
Read More