তেওঁ কোনো অপ্ৰাদেশীকৃত বিদ্যালয়ক ভৱিষ্যতে প্ৰাদেশিকীৰণ নকৰাৰ সিদ্ধান্ত আৰু অসমৰ চৰকাৰী খণ্ডৰ বিদ্যালয় বন্ধ কৰা তথা সংলগ্ন কৰা ব্যৱস্থা বাতিল কৰাৰ দাবী জনায় ।
পদক লাভ কৰি শিৱসাগৰ জিলালৈ গৌৰৱ কঢ়িয়াই অনা সকলো খেলুৱৈক শিৱসাগৰ জিলাৰ উশ্বু সন্থাৰ সম্পাদক প্লাৱণ বৰাৰ লগতে জিলা সমিতিয়ে শুভেচ্ছা জনাইছে।
তদুপৰি গুণগত মান নিৰূপণৰ বাবে ৰাজ্য চৰকাৰ তথা শিক্ষা বিভাগে গুণোৎসৱৰ দৰে লোৱা পদক্ষেপৰ শলাগ লয় ৷
যোগ উৎসৱৰ বাবে শিৱসাগৰক নিৰ্বাচিত কৰাৰ মূল কাৰণ হৈছে ভাৰত চৰকাৰৰে দেশৰ পাঁচটা পুৰাতাত্ত্বিক স্থানক বিশ্বমানৰ আন্তঃ গাঠনিৰে বিকশিত কৰাৰ পৰিকল্পনা কৰিছে।
গৰু বিহুৰ আগ নিশাও এক গাড়ী লোহা থানা চৌহদৰ পৰা গোপনে উলিয়াই নিছিল মনোৰঞ্জন ৰাজখোৱাই ৷
এইবাৰ দ’লৰ উন্নয়ন সমিতিয়ে বিপনীৰ সংখ্যা কমাই দিয়াৰ বিপৰীতে বিপনীসমূহৰ জোখ ডাঙৰ কৰা হৈছে । ১৯ ফেব্ৰুৱাৰীলৈকে বিপনীসমূহ আৱন্টন দিয়া কাৰ্য আৰম্ভ হৈছে ।
মৃদুপৱনৰ সকলো কথা মিছা বুলি মন্তব্য প্ৰকাশ কৰে আৰক্ষী অধীক্ষক মিশ্ৰাই।
বিজেপিৰ যুৱনেতা বিপ্লৱ বৰুৱাই আঁত ধৰা উদ্বোধনী অনুষ্ঠানটোত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে শুভেচ্ছা মূলক ভাষণ আগবঢ়ায়।
চৰকাৰে মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰিলে সংগঠনটোৱে অসমৰ গাৱে ভূঞে গৈ ৰাইজক চৰকাৰৰ বিৰুদ্ধে সৰৱ কৰি তোলাৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে।
উপ নিৰ্বাচনক লৈ গৰম ৰাজ্য ।
August 15, 2022