পাহাৰীয়া পিছ পৰা জিলাৰ পৰা এছ এল থাউছেনে দেশৰ সুৰক্ষা বাহিনীৰ শীৰ্ষ স্থানত নিযুক্তি লাভ কৰাত ডিমা হাছাওৰ লগতে উৎফুল্লিত হৈ পৰিছে ৰাজ্যবাসী।
Read Moreভৈয়াম জনজাতি উন্নয়ন নিগমৰ অধ্যক্ষ ৰূপে বিজেপি বিধায়ক ৰমাকান্ত দেউৰীক, অন্যান্য পিছপৰা শ্ৰেণীৰ উন্নয়ন নিগমৰ অধ্যক্ষ ৰূপে বিজেপিৰ প্ৰাক্তন বিধায়িকা নৱনীতা সন্দিকৈক দায়িত্ব দিয়া হৈছে।
Read More