এই বাটৰ নাট প্ৰদৰ্শনত উপস্থিত থাকি শিৱসাগৰ জিলা পৰিষদৰ সভাপতি ধ্ৰুৱজ্যোতি মাউতে প্ৰাকৃতিক দুৰ্যোগ, বিপৰ্যয় আৰু জনসাধাৰণে লব লগা সতৰ্কতাৰ বিষয়ে বক্তব্য ৰাখে ।
Read Moreপিছত স্থানীয় লোকে ঘটনাৰ বিষয়ে গম পাই আৰু বাছ খনৰ গ্লাচ ভাঙি যাত্ৰীসকলক উদ্ধাৰ কৰে। এই দুৰ্ঘটনাটোত কেইবাজনো যাত্ৰী সামান্য পৰিমাণে আহত হয় আৰু পৰবৰ্তী সময়ত অন্য বাহনৰ যোগেদি যাত্ৰীসকল উজনিৰ বিভিন্ন স্থানলৈ ঘৰমুৱা হয়।
Read Moreসভাত আগন্তুক গণৰাজ্য দিৱসৰ বিভিন্ন কাৰ্যসূচী সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয় আৰু কভিড-১৯ সম্পৰ্কীয় নীতি-নিৰ্দেশনা পালন কৰি বিগত দিন সমূহত কৰি অহাৰ দৰেই এইবাৰো গণৰাজ্য দিৱস উলহ-মালহেৰে আৰু বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰা হ'ব বুলি অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে মত প্ৰকাশ কৰে৷
Read Moreচূড়ান্ত ফটো-সম্বলিত ভোটাৰ তালিকাখন অনলাইন যোগেদি ceoassam.nic.in ৱেবচাইটটো উপলব্ধ হোৱাৰ উপৰিও উপায়ুক্ত কাৰ্য্যালয়ৰ নিৰ্বাচন শাখাত, ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ত, সহকাৰী নিৰ্বাচক পঞ্জীয়ন বিষয়াৰ কাৰ্য্যালয়ত আৰু বুথ পৰ্যায়ৰ বিষয়াসকলৰ ওচৰত উপলব্ধ হ'ব।
Read Moreতেওঁ জিলা পৰিবহন বিষয়াক জিলাখনেৰে পাৰ হৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ বিপদসংকুল আৰু দুৰ্ঘটনাৰ আশংকা প্ৰৱণ স্থান সমুহ চিহ্নিত কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে এন. এইচ. আই. ডি. চি. এল. (NHIDCL)-ক এই স্থান সমূহত প্ৰয়োজনীয় পথ সুৰক্ষাৰ ফলক, অৱৰোধক, প্ৰতিফলিত ফলক, দিক্ পৰিৱৰ্তনসূচক চিহ্ন ইত্যাদি অহা পাঁচ দিনৰ ভিতৰত নিশ্চিতভাৱে লগাবলৈ নিৰ্দেশ দিয়ে।
Read Moreতদুপৰি ১২৬ খন নতুন আঁচনিৰ বাবে বিভাগীয় অনুমোদন লাভ কৰা হৈছে বুলিও তেওঁ জনায়। তেওঁ উল্লেখ কৰে যে জিলাখনৰ মুঠ ৬১,৭৬৬ টা পৰিয়ালত খোৱাপানীৰ গৃহ সংযোগৰ নিৰ্ধাৰিত লক্ষ্যৰ ভিতৰত বৰ্তমানলৈ ৯,০৫৩ টা পৰিয়ালত খোৱাপানী গৃহ সংযোগৰ ব্যৱস্থা কৰা হৈছে।
Read MoreA 26-year-old visually impaired person from Demow Revenue Circle in Sivasagar district has been facilitated vaccination against COVID19 at the prompt intervention of Sivasagar Deputy Commissioner Bishnu Kamal Bora.
Read Moreবৰ্তমান মুনজিৰে নিম্ন অসমত শিক্ষা প্ৰতিষ্ঠানটো আৰু মুম্বাইত মাৰ্কেটিং এজেন্সী চলোৱাৰ লগতে আন বিদ্যালয়ৰ স্বত্বাধিকাৰী, এডটেক প্ৰতিষ্ঠাপক বা উদীয়মান উদ্যোগীসকলক ব্ৰেণ্ড মাৰ্কেটিঙৰ জৰিয়তে তেওঁলোকৰ ব্যৱসায় বৃদ্ধি কৰাৰ ক্ষেত্ৰত পৰামৰ্শ প্ৰদান কৰে।
Read More