মই এতিয়া কোৱৰেন্টিনত আছোঁ
Read Moreইয়াৰ পূৰ্বে চনুক ২১ জানুৱাৰীত মুক্তিপাবলগীয়া ড° চন্দ্ৰপ্ৰকাশ দ্বিবেদীৰ ছবি “পৃথ্বীৰাজ” ত দেখা পোৱা যাব। য়শ ৰাজ বেনাৰত নিৰ্মিত ছবিখনত অক্ষয় কুমাৰে ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে।
Read Moreৰাতিপুৱা ৯ বজাৰ পৰা ১১ বজালৈ দুঘণ্টাৰ বাবে মুখ্য মন্ত্ৰীৰ টুইটাৰ একাউণ্টটো অৰ্পন কৰা হ’ব।উক্ত সময়ত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাৰ উপৰিও ভালেসংখ্যক অসমৰ নেতাৰ সৈতে নিৰ্বাচন সম্পৰ্কীয় এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰিব।
Read Moreৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে টুইটাৰযোগে সাংবাদিকসকলক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে কভিড অতিমাৰীৰ মাজতো সাংবাদিকসকলে নিষ্ঠাৰে কৰ্তব্য সমাপন কৰি যোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে।
Read More