২০০৬ চনত শ্ৰীলংকাত অনুষ্ঠিত ১৯ অনূৰ্ধ্ব বিশ্বকাপৰ ভাৰতীয় দলৰ অংশ আছিল নেচিম।
শ্ৰীলংকা শৃংখলা
অঞ্চলটোৰ নাট্যপ্ৰেমীসকলে আমাক দিয়া মৰম আৰু মৰমেৰে আমাক বিশ্বাস কৰাইছিল যে প্ৰকৃতিৰ কোলাত আমি কিছুমান শ্ৰেষ্ঠ নাটক উপস্থাপন কৰি যাব পাৰো ।
বি চি চি আইৰ সভাপতি সৌৰভ গাংগুলী বা সম্পাদক জয় শ্বাহে অৱশ্যে ভাৰতত এছিয়া কাপ আয়োজন কৰাৰ সন্দৰ্ভত এতিয়াও কোনো ইংগিত দিয়া নাই।
এছ এল পি পিয়ে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰিছিল ৱিক্ৰেমেসিংহেক।
লঙ্কা ইণ্ডিয়ান অয়েল কর্পোৰেচনৰ দ্বাৰা ইন্ধনৰ মূল্য বৃদ্ধিৰ ফলত বাছ ভাড়া মাৰাত্মকভাবে বৃদ্ধি পাব।
কিংষ্টন ওভালত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তেওঁ এক ঐতিহাসিক বিজয় অৰ্জন কৰিছিল।
ছেহৱাগে বিশ্বৰ প্ৰত্যেকজন আগশাৰীৰ বলাৰকেই নিৰ্মম ভাৱে প্ৰহাৰ কৰি ভাৰতক জয়ৰ সোৱাদ দিছিল ।
সূৰ্যকুমাৰ যাদৱে যদি এনেদৰে বেটিং অব্যাহত ৰাখে তেন্তে তেওঁ টি-২০ বিশ্বকাপ খেলাৰো সুবিধা পাব পাৰে।
নৱদ্বীপ চাইনিৰ বাদে বাকী পাঁচজনে আজি প্ৰথম বাৰৰ বাবে দেশৰ হৈ অভিষেক ঘটাইছে।
ধাৱান দলৰ একমাত্ৰ খেলুৱৈ যিয়ে শ্ৰীলংকাৰ বিৰুদ্ধে ১০০ তকৈ অধিক ৰাণ সংগ্ৰহ কৰিছে।
ৰাজ্যখনত অহা ৮ মে' ৰ পৰা ১৬ মে'লৈ সম্পূৰ্ণ লকডাউন ঘোষণা কৰিছে।
March 2, 2023