বিশিষ্ট সাহিত্যিক গৰাকীৰ মৃত্যুত ৰাজ্য জুৰি শোকৰ ছাঁ পৰিছে ।
মঙলবাৰে গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰৰ বাণীকান্ত কাকতি অডিটিৰিয়ামত কৰিলে মুকলি।
কৃষিপাম হে কিন্তু কি নাই ইয়াত-নামঘৰ, অতিথিশালা, সভাগৃহ,ৰেষ্টুৰেণ্ট সকলো আছে।
আৰৱৰ পিছত এইখন হৈছে দ্বিতীয়খন দেশ
১৮ বছৰ বয়সৰ ওপৰৰ সকলোৱেই সদস্য পদ গ্ৰহণ কৰিব পাৰিব । ইয়াৰ কাৰ্যকাল হ'ব পাঁচ বছৰীয়া ।
হাঁহিৰ খোৰাক দিবলৈ গৈ এনেদৰে ভাওনাৰ আধ্যাত্মিকতাক বিনাশ কৰিব নালাগে ৷
কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰী জি কিষাণ ৰেড্ডী উপস্থিত থাকে
মুঠ ১১ টা চৰিত্ৰত অভিনয় কৰা বাবে সাগৰিকা উজলিল ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত ।
ৰিপাব্লিক টিভিয়ে উক্ত বিষয় সন্দৰ্ভত কোনো বিবৃতি প্ৰদান কৰা নাই
নগাঁওৰ বৰ্ধিত ক'ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি প্ৰদ্যুত বৰদলৈয়ে স্থাপন কৰিলে এই চেণ্টাৰ
মুখ্যমন্ত্ৰী ড° শৰ্মাই শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে
শনিবাৰে অইল ইণ্ডিয়া লিমিটেড আৰু বিদ্যুৎ চক্ৰৱৰ্তী ক্ৰিয়েটিভ ট্ৰাষ্টৰ সহযোগত সূৰ্য ক্লাৱে প্ৰদান কৰিলে ২০২১বৰ্ষৰ বিদ্যুৎ চক্ৰৱৰ্তী আৰু শ্বেৰ চৌধুৰী উৎকৰ্ষ বঁটা।
Arunachal Chief Minister Pema Khandu fondly remembered Swami Vivekanada on his 158th birth anniversary today.
August 15, 2022