ইউনিক আইডি প্ৰাপ্ত তথা অভিজ্ঞতাৰ ভিত্তিত ৫০ নম্বৰ প্ৰদান কৰি বিশেষ বিজ্ঞাপনৰ ব্যৱস্থা জৰিয়তে আৰু বয়সৰ উচ্চসীমা ৰেহাই দি নিযুক্তি প্ৰদান কৰিবলৈ সংবাদমেলত দাবী জনাই সদৌ অসম ইউনিক আইডি প্ৰাপ্ত টেট উত্তীৰ্ণ সন্থাৰ বিষয়ববীয়াসকলে ।
Read Moreশিক্ষক সকলৰ. মতে ২০১৩ চনৰ পৰা আৰ.অ.পি অনুযায়ী দৰমহা লাভ কৰি অহা এইসকল শিক্ষকক ২০১৭ চনৰ পৰা শিক্ষাবিভাগৰ এক নির্দেশনাযোগে সপ্তম দৰমহা আয়োগৰ নিৰ্ধাৰিত হাৰত দৰমহা দিয়া হৈছিল। কিন্তু কোনো ৰহস্যজনক কাৰণত বিভাগীয় অৱহেলাৰ বাবে ২০১৯ চনৰ পৰা এইসকল শিক্ষকে বর্ধিত হাৰৰ মৰগীয়া বানচ লাভ কৰা নাই।
Read More