ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টনিঅ' গুটেৰেছে তালিবানসকলক মহিলাৰ অধিকাৰ বজাই ৰখাৰ ক্ষেত্ৰত তেওঁলোকৰ প্ৰতিশ্ৰুতি পালন কৰিবলৈ আহ্বান জনায়।
আফগানিস্তানত পূর্বৰে পৰা পিতৃতান্ত্রিক সমাজ ব্যৱস্থা প্রচলিত হৈ আহিছে।
দেশৰ সকলো প্ৰদেশতে সকলো স্তৰত শিক্ষাৰ বাবে সমান অধিকাৰ আছে ল'ৰা বা ছোৱালী, পুৰুষ বা মহিলা নিৰ্বিশেষে প্ৰতিজন আফগান নাগৰিকে এই সুবিধা পাব লাগিব।
প্ৰতিবেদন অনুসৰি, ফিৰোজকোহ পৰিষদে কৰা প্ৰচেষ্টাৰ বাবে বিদ্যালয়সমূহ পুনৰ মুকলি কৰা হৈছে।
দুৰ্নীতিগ্ৰস্ত বিষয়াসকলে তালিবানৰ পৰা ধন লোৱা অব্যাহত ৰাখিছিল
মোৰ আন সন্তানকেইটা ভোকত আছিল, সেয়েহে আমি আমাৰ নৱজাতক কন্যা সম্তানটিক বিক্ৰী কৰিব লগা হৈছে
২৫ বছৰ ধৰি পাকিস্তানে এই সন্ত্ৰাসবাদীক প্ৰশিক্ষণ দি আহিছে
শিশুসকলে সৰু-সুৰা কাম কৰি জীৱন নিৰ্বাহ কৰি আহিছিল
শিখ ধৰ্মীয় লোকৰ সংখ্যা হাজাৰজনৰ পৰা লাহে লাহে হ্ৰাস পাই আহিছে
দুয়োখন দেশৰ প্ৰতিনিধিৰ মাজত হোৱা আলোচনাই আফগানিস্তানৰ জনসাধাৰণক মানৱীয় সহায়ৰ পথ প্ৰশস্ত কৰিব পাৰে
মহিলাসকলে এনেধৰণৰ পোছাক পিন্ধিব লাগিব যিয়ে 'ফিতনা' বা প্ৰলোভন সৃষ্টি নকৰে
তেওঁলোকে কোনোধৰণৰ সুফল পাবলৈ সক্ষম নহ'ল
July 4, 2022