বিজেপিৰ প্ৰাৰ্থী গৰাকীক জয় কৰাৰ স্বাৰ্থত কংগ্ৰেছে দুৰ্বল প্ৰাৰ্থী প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰে অখিল গগৈয়ে ৷
শিৱ দৌলত সেৱা আগবঢ়াই উপায়ুক্ত কাৰ্যালয়ত মনোনয়ন প্ৰদান কৰিব বিজেপি প্ৰাৰ্থীজনে ।
যিকোনো উপায়েৰে নহওক কিয় কুশল দুৱৰীক সন্তুষ্ট কৰি ৰাখিবলৈ বিজেপিয়ে আপ্ৰাণ চেষ্টা চলাইছে ।
ভৱানীপুৰ সমষ্টিত কংগ্ৰেছ নিজৰ প্ৰাৰ্থী দিয়ে।ৰাইজৰ দলে ইতিমধ্যেই থাওৰা আৰু মৰিয়নিত নিজৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে।
ৰাইজৰ দলে কেৱল বিজেপি মিত্ৰ জোঁটক প্ৰতিহত কৰাৰ স্বাৰ্থত মাত্ৰ দুটা সমষ্টিত প্ৰাৰ্থীত্ব দিয়াৰ সিদ্ধান্ত লয় বুলি মন্তব্য কৰে অখিল গগৈয়ে।
উপ-নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে থাওৰাৰ ৰাজনৈতিক পৰিবেশ গৰম হৈ উঠিছে ।
অখিল গগৈয়ে এইবাৰ থাওৰাত ৰাইজৰ দলৰ প্ৰাৰ্থী জয় হোৱাৰ পাছত এই দুৰ্নীতিৰ উচিত তদন্ত কৰা হ'ব বুলি ব্যক্ত কৰে।
অখিল গগৈৰ শিকিবলৈ বহুত বাকী আছে ,আন্দোলনৰ নামত ধন ঘটা ব্যক্তি অখিল গগৈ ।
কংগ্ৰেছৰ ভোট ভাঙি বিজেপিক জয় হোৱাত সহায় কৰিব বুলিও উল্লেখ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই ।
থাওৰাত ১৪ টাকৈ পথৰ আধাৰশিলা স্থাপন কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই ।
March 2, 2023