মোৰ দেউতাই এখন অটো চলাইছিল আৰু মোৰ এখন প্লাটিনা আছিল।
বর্ষাপাৰা ষ্টেডিয়ামত ইতিমধ্যে দুখন টি-২০ অনুষ্ঠিত হৈ গৈছে । এইবাৰ ৫০ অ'ভাৰৰ আন্তর্জাতিক এদিনীয়া খেলখন অনুষ্ঠিত হ'ব ।
ওড়িশা ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ন নিগমে (আইডিচিঅ') নিৰ্মাণ কৰা ষ্টেডিয়ামখনৰ যোৱা ২০২১ চনৰ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী নবীন পাটনায়কে আধাৰশিলা স্থাপন কৰিছিল ৷
বলিঙতো বেংগলৰ তাৰকা তথা প্রথম শ্রেণী ক্রিকেটত চমক দেখুওৱা মুকেশ কুমাৰে স্থান পাব পাৰে। ঘৰুৱা পথাৰত কাইলৈ খেলাটো নিশ্চিত হৈছে কূলদীপ যাদৱৰ।
প্ৰশিক্ষকসকলক সন্ধিয়া ৭ বজাৰ ভিতৰত প্ৰশিক্ষণ সামৰিবলৈ নিৰ্দেশ দিছিল ষ্টেডিয়াম প্ৰশাসকে।
ইফালে ষ্টেডিয়াম প্ৰশাসক অজিত চৌধুৰীয়ে কৈছিল যে এই সিদ্ধান্ত কেৱল গৰমৰ বাবেহে লোৱা হৈছে।
অসন্তুষ্টি প্ৰকাশ কৰে
আমেৰিকা যুক্তৰাষ্ট্ৰত ক্ৰিকেটৰ ৰোমাঞ্চকৰ ভৱিষ্যতৰ ওপৰত আমাৰ বিশ্বাস আছে।
ৱাংখেড়েত হ’ব ২০খন, ব্রেবোর্নত হ’ব ১৫খন, ডি ৱাই পেটেল ষ্টেডিয়ামত হ’ব ২০খন মেচ আৰু পুনেৰ এমচিএ ষ্টেডিয়ামত হ’ব ১৫খন মেচ।
অখিল গগৈয়ে এইবাৰ থাওৰাত ৰাইজৰ দলৰ প্ৰাৰ্থী জয় হোৱাৰ পাছত এই দুৰ্নীতিৰ উচিত তদন্ত কৰা হ'ব বুলি ব্যক্ত কৰে।
এবাৰ এজন অনুৰাগী ষ্টেডিয়ামৰ পৰা ওলাই গ'লে, তেওঁ পুনৰ ভিতৰলৈ আহিব নোৱাৰিব।
January 30, 2023