বঙাইগাঁও চহৰৰ চিলাৰায় ইণ্ডোৰ ষ্টেডিয়ামত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় এই যোগাসন প্ৰতিযোগিতাৰ ৷
দুয়োৰে তত্ত্বাবধায়ক ৰূপে যাব ভাৰ্গৱজ্যোতি গগৈ।
প্ৰতিযোগিতাখনত সমন্বয়ক হিচাপে উপস্থিত থাকে অসম যোগ সন্থাৰ সম্পাদক নলিন নাথ লগতে অসম যোগ সন্থাৰ বিষয় ববীয়া আৰু ধেমাজি জিলা যোগাসন ক্ৰীড়া সন্থাৰ বিষয় ববীয়াসকল উপস্থিত থাকে ৷
ভাৰতীয় যোগ সংস্কৃতি আৰু যোগ চিকিৎসা কেন্দ্ৰৰ অন্তৰ্গত জিলা কাৰাগাৰৰ যোগ শিক্ষকসকলৰ দ্বাৰা আয়ুস মন্ত্ৰালয়ৰ অনুমোদিত Common Yoga Protocol -ৰ অভ্যাস অনুষ্ঠানটিত কৰা হয়।
ভগবৎ গীতাত জ্ঞান যোগ,ভক্তি যোগ আৰু কৰ্ম যোগৰ বিষয়ে বিস্তৃত ভাবে উল্লেখ আছে।
অসম বুক অব্ ৰেকৰ্ডছ'ৰ পৰ্যবেক্ষকৰ দল এই যোগাসনত উপস্থিত থাকিব।
জনসাধাৰণে যোগ প্ৰদৰ্শন কৰে
যোগ উৎসৱৰ বাবে শিৱসাগৰক নিৰ্বাচিত কৰাৰ মূল কাৰণ হৈছে ভাৰত চৰকাৰৰে দেশৰ পাঁচটা পুৰাতাত্ত্বিক স্থানক বিশ্বমানৰ আন্তঃ গাঠনিৰে বিকশিত কৰাৰ পৰিকল্পনা কৰিছে।
আজি বিশ্ব স্বাস্থ্য দিৱস। যোগ হৈছে এক অভ্যাস যি শৰীৰ আৰু মনৰ মাজত সমন্বয় আনি দিয়ে।
শিল্পাই ভিডিঅ'টো ৰাজহুৱাভাৱে প্ৰকাশ কৰিছে
January 30, 2023