আনহাতে আহতসকলক বিনামূলীয়া চিকিৎসা প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৷
এতিয়ালৈকে কৃষ্ণৰ পূজা কৰা হৈছে এনে এখন ঠাইত যিটো তেওঁৰ প্ৰকৃত জন্মস্থান নহয়।
অক্ষয় কুমাৰে এই ছবিখনত ভাৰতৰ ইতিহাস দাঙি ধৰিছে। তাৰ বাবে মই গোটেই দলটোকে অভিনন্দন জনাইছো।
এতিয়া এই লাউডস্পিকাৰবোৰ স্কুল আৰু হাস্পাতালত ব্যৱহাৰ কৰিবৰ বাবে দান কৰা হৈছে।
একাউন্টটো পুনৰুদ্ধাৰ কৰা হৈছে
বিজ্ঞানীসকলৰ পৰামৰ্শ ল'বলৈও নিৰ্দেশ দিছে
বুলড'জাৰৰ ৰণনীতি পুনৰ সক্রিয় হৈ উঠিছে
ছুপ্রিম কোর্টে যেনেদৰে বিচাৰিছিল, ৰাজ্য চৰকাৰে তেনেদৰেই তদন্ত কমিটি গঠন কৰি কাম আৰম্ভ কৰি দিছে।
আপোনালোকৰ ভোট মোৰ বাবে ৫ বছৰৰ তপস্যাৰ আশীৰ্বাদ।
২০২০ চনৰ মার্চ মাহত ৰাজনৈতিক দল আজাদ সমাজ পার্টি গঠন কৰে তেওঁ।
যাৰ ফলত ৰাজ্যখনত সঘনাই হিংসাত্মক ঘটনা সংঘটিত হৈ আহিছে
ৰাহুল গান্ধীয়ে উত্তৰ প্ৰদেশৰ আম ভাল নাপায়।
January 28, 2023