ইফালে কাবাদীত ল'ৰাৰ শাখাত কামৰূপ আৰু ছোৱালী শাখাত বাক্সা চেম্পিয়ন হয়।
Read Moreতদুপৰি মহাবিদ্যালয়ৰ ছাত্ৰী অনন্যা গগৈয়ে সংগীতৰ ৮ টা শিতানত পুৰস্কৃত হৈ একেৰাহে দ্বিতীয়বাৰৰ বাবে শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ সন্মান লাভ কৰাত মহাবিদ্যালয় পৰিয়াল অতিকে উৎফুল্লিত হৈ পৰিছে।
Read MoreAaranyak salutes Bidyut Bikash Dutta and Nillyot Jyoti Dutta of Dhemaji for their sincere efforts. Likewise, Aaranyak thanks the authorities for their proactive response to the youth’s efforts to save the life of the bird.
Read Moreঅলপতে দিল্লীত অনুস্থিত বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থকা ইলেক্ট্ৰনিক ও তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ মাননীয় কেবিনেট মন্ত্ৰী অশ্বিনী বৈষ্ণৱে অসমৰ এক গাঁৱলীয়া বিদ্যালয়ৰ পৰা কৃত্ৰিম বুদ্ধিমত্তাক লৈ প্ৰস্তুত কৰা প্ৰকল্পটোক ভূয়সী প্ৰশংসা কৰে।
Read MorePrime Minister Narendra Modi today promised to upgrade historic Sivasagar town in Assam to one of the top iconic archaeological sites in the country even as he recalled sacrifice made by Sati Joymoti at Jerenga Pathar.
Read MoreThe iconic Mahatma Gandhi statue in the Parliament complex was on Wednesday relocated from its place facing the main gate to a space near Gate number 3, to make space for the ongoing construction of the new Parliament building.
Read Moreঅসম চৰকাৰৰ জলসম্পদ, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা, তথ্য প্ৰযুক্তি আৰু প্ৰত্নতত্ব বিভাগৰ মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত আজি ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনে কেন্দ্ৰীয় চৰকাৰৰ ঘোষণা মৰ্মে শিৱসাগৰৰ নিৰ্মাণ হ'বলগীয়া আইকনিক ছাইট মিউজিয়ামৰ বাবে স্থানীয় ৰূপহী পথাৰত ১৫ বিঘা ভূমি ৰাজ্যিক প্ৰত্নতত্ব বিভাগক হস্তান্তৰ কৰে।
Read More