অস্ত্ৰ-শস্ত্ৰ প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ
ইউক্রেইনত হত্যালীলা চলোৱাৰ বাবে ৰাছিয়াক যাতে নিৰাপত্তা পৰিষদৰ পৰা বহিষ্কাৰ কৰা হয়, সেই দাবীও তোলে জেলেনস্কিয়ে।
তেওঁলোকৰ অপৰাধ হৈছে, সকলোৱেই যুদ্ধবিৰোধী অৱস্থানৰ পৰা ৰাছিয়াৰ আগ্রাসনৰ বিৰোধিতা কৰিবলৈ ৰাজপথত নামিছিল।
ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত হোৱা তীব্ৰ যুদ্ধৰ মাজত প্ৰায় ৭০০ ভাৰতীয় শিক্ষাৰ্থী এতিয়াও ইউক্ৰেইনৰ চুমিত আবদ্ধ হৈ আছে।
আমেৰিকাই জেলেনস্কিক দেশ এৰি যাবলৈ প্ৰস্তাৱ দিছিল। অৱশ্যে, ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে সেয়া অস্বীকাৰ কৰে।
February 1, 2023