Union Finance Minister Nirmala Sitharaman
এই প্ৰৱেশ পৰীক্ষাৰ জৰিয়তে এইমছ আৰু জিপমেৰকে ধৰি সমগ্ৰ দেশৰ নিৰ্বাচিত বিএছচি নাৰ্চিং মহাবিদ্যালয়সমূহত চিকিৎসা বিজ্ঞান, দন্ত চিকিৎসা, আয়ুষৰ নামভৰ্তি কৰা হ'ব ।
তেওঁ কয় যে সতেজ আহাৰ, ফলমূল আদিত কিছুমান উপকাৰী বেক্টেৰিয়া থকাৰ বিপৰীতে ফ্ৰীজত থোৱা বস্তুত কিছুমান অপকাৰী বেক্টেৰিয়াৰ সৃষ্টি হয় বাবে ফ্ৰীজত ৰখাটো অপকাৰী ।
চৰকাৰৰ মতে, ইয়াৰ ফলত নিজ নিজ অঞ্চলৰ ভৌগোলিক সজাগতা বৃদ্ধি পাব।
নাৰ্ছ ইউনিয়নে কজলাৰ নিলম্বন তৎক্ষণাৎ প্ৰত্যাহাৰৰ দাবী জনাইছে।
আত্মসন্মানৰ বাবে যুঁজ দি যাম
দিল্লীৰ এইমছৰ নিউৰোচাৰ্জাৰীৰ অধ্যাপক ড০ পি এছ চন্দ্ৰই কয় যে দেশত এতিয়া দ্ৰুতগতিত বৃদ্ধি হৈ থকা ক'ভিড-১৯ ৰ ঘটনা কেইসপ্তাহমানৰ ভিতৰতে হ্ৰাস হোৱা আৰম্ভ হ'ব, কিন্তু সাৱধানতা গুৰুত্বপূৰ্ণ।
লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ে স্বীকৃতি লাভ কৰাৰ পিছত অসমত বছৰি এম বি বি এছ পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে মুঠ আসনৰ সংখ্যা ১,১০০ খনলৈ বৃদ্ধি পালে ।
বিতং অধ্যয়নৰ পিছত উপলব্ধ ভেকছিনবোৰ সলনি কৰিব পাৰি
কামৰূপ(গ্রাম্য)জিলাৰ উপায়ুক্ত কৈলাস কাৰ্তিক এন উপস্থিত থাকে
ক'ভিড-১৯ৰ তৃতীয় ঢৌৱে শিশুসকলৰ ক্ষেত্রত বিশেষ কোনো কঠিনতাই দেখা নিদিব
চাৰ্চ ক'ভিড-২ ৰ প্ৰকাৰবিধ অত্যাধিক আক্ৰমণাত্মক
January 30, 2023