কুইজৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰা দলসমূহে ট্ৰফীসহ ক্ৰমে ৫০০০, ৩০০০ আৰু ২০০০ টকাৰ নগদ ধন পুৰস্কাৰ হিচাপে লাভ কৰাৰ লগতে মূল পৰ্যায়লৈ উত্তীৰ্ণ হোৱা আন ৫ টা দলক মানপত্ৰসহ ৫০০ টকাকৈ আগবঢ়োৱা হয়।
Read Moreপ্রতিযোগিতাত অংশগ্রহণ কৰিব বিচৰা নাট্য ৩১ ডিচেম্বৰ ভিতৰত নাটকৰ পাণ্ডুলিপি সভাপতি, সম্পাদক ৰূপকোঁৱৰ কলা পৰিষদ চামতা- ডাক- চামতা, পিন- ৭৮১৩০৬ জিলা- নলবাৰী (অসম) ম'বাইল নং ৯৮৬৪১৫৮১৩৬ ঠিকনাত পঠাবলৈ আহ্বান জনাইছে।
Read More