অসম ৰাজ্যিক পৰিবহণ নিগমৰ গ্ৰাম্য বাছসেৱা আচনিৰ অধীনত আজিৰে পৰা দিখৌমুখ শিৱসাগৰ নগৰৰ মাজত এখন বাছ চলাচল আৰম্ভ হয়
দুষ্প্ৰাপ্য প্ৰজাতিৰ এটা শগুণৰ মৃত্যুত আজি দিখৌমুখত প্ৰকৃতিপ্ৰেমী সকলক মৃয়মান কৰি তুলিছে ।
January 30, 2023