একেদৰে অসম বিজ্ঞান সমিতি, ডুমডুমা শাখাই ডুমডুমা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত আজি ৩৬ সংখ্যক ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন কৰে ।
Read Moreসভাই সৰ্বসন্মতভাৱে কিষনলাল পাৰিকক সভাপতি নিৰ্বাচন কৰাৰ পিছত নিৰ্বাচন যোগে ধীৰাজ গোৱালা আৰু দিলীপ প্ৰসাদক উপসভাপতি, প্ৰিঞ্চ জয়ছোৱালক সম্পাদক, দীপক চৌধুৰী আৰু সতেন্দ্ৰ চাহক সহকাৰী সম্পাদক আৰু অনুপ গুপ্তাক কোষাধ্যক্ষ হিচাবে লৈ সমিতিখন গঠন কৰা হয় ।
Read Moreঅসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত, জিলা খনৰ সমূহ আঞ্চলিক সমিতি, স্হানীয় জাতীয়-জনগোষ্টীয় সংগঠন আৰু ৰাইজৰ সহযোগত নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিলৰ দাবীত ডুমডুমা নগৰত প্ৰতিবাদী সমদল বাহিৰ কৰে ।

Read More