Aaranyak aims to set up seed bank with local seeds of the landscape so as to facilitate their proliferation among the farming community as well as to promote organic farming that gives high-value yield for farmers. These indigenous varieties are resilient to vagaries of local climate.
Read Moreতিনিচুকীয়া জিলাত ভাৰতীয় খাদ্য নিগমৰ তিনিচুকীয়া তথা কাকপথাৰ শাখা আৰু মাকুমস্থিত অসম ৰাজ্যিক কৃষি বিপনন পৰিষদে জিলাখনৰ স্থানীয় কৃষকৰ পৰা ধান ক্ৰয় কৰিব। আজি তিনিচুকীয়া জিলাৰ উপায়ুক্ত নৰসিং পৱাৰে তিনিচুকীয়াস্থিত ভাৰতীয় খাদ্য নিগমৰ শাখাত ধান ক্ৰয়ৰ পক্ৰিয়াৰ শুভাৰম্ভনী কৰে।
Read Moreঅনিচ্ছা সত্ত্বেও গণতান্ত্রিক পন্থাৰে আন্দোলনৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ব বুলি সংগঠনটোৰ সভাপতি গোপীনাথ দত্ত আৰু সাধাৰণ সম্পাদক ৰঞ্জন ৰাইডঙ্গীয়াই এক প্ৰেছ বিবৃতিত উল্লেখ কৰিছে।
Read More