ইফালে নেশ্যনেল হেৰাল্ড গোচৰত দ্বিতীয় বাৰৰ বাবে ছোনিয়া গান্ধী ইদিৰ জেৰাৰ সন্মুখীন হৈছে । যাৰ বাবে সাংসদসকলে দলৰ স্থিতি সম্পৰ্কে ইয়াৰ পূৰ্বেও সংসদত একত্ৰিত হৈছিল ।
Read Moreউল্লেখযোগ্য যে বৃহস্পতিবাৰে ভোট গণনা সমাপ্ত হোৱাৰ পিছত এন ডি এৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুক আনুষ্ঠানিকভাৱে দেশৰ ১৫ তম ৰাষ্ট্ৰপতি হিচাপে ঘোষণা কৰা হৈছিল।
Read Moreআইনৰ ওপৰত কংগ্ৰেছ দলৰ বিশ্বাস আৰু আস্থা আছে। গতিকে দলটোৱে আইনে প্ৰদান কৰা নিৰ্দেশনা মানি চলিব। নেচনেল হেৰাল্ডৰ বিষয়ত ইতিমধ্যে স্থিতি স্পষ্ট কৰি দিয়া হৈছে।
Read More