আইতাক সৰু ল’ৰাই নিজৰ লগতে ৰাখিব বিচাৰিছিল যদিও আইতাই আশ্ৰমতে লগ সমনীয়া পাব বুলি এদিন আশ্ৰমলৈ গুচি আহিছিল ।
ৰঞ্জিত বৰাৰ বাহনখনৰ নম্বৰ AS01 BH5022।পূৰবী ডেইৰীৰ বিতৰক আছিল ৰঞ্জিত বৰা।ঘটনা সন্দৰ্ভত মহানগৰ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।
অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু জি এম চি এইচৰ অধ্যক্ষ অচ্যুৎ বৈশ্যও উপস্থিত থাকে ।
যুৱকজনৰ ঘৰ নলবাৰীৰ কমাৰকুছিত ।
চৰকাৰী তথ্য মতে ৰাজ্যত বৰ্তমানলৈ জাপানীজ এনকেফেলাইটিছত ৩৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে ২৫১ জন লোক আক্ৰান্ত হৈ আছে ।
সফলতাৰে সম্পন্ন হৈছে
১৬ ফেব্ৰুৱাৰীত প্ৰলোভনেৰে কিশোৰীগৰাকীক এজন বন্ধুৰ কোঠালৈ লৈ গৈ তাতেই কিশোৰীগৰাকীক ধৰ্ষণ কৰি সমগ্ৰ দৃশ্য বন্দী কৰিছিল ম’বাইলত ৷
আগৰ স্বামীৰ সৈতে যোগাযোগ থকা বুলি সন্দেহ কৰে
বেছিভাগ ৰোগীৰ অন্তৰ্নিহিত ৰোগ বা স্থিতি আছিল
বৰ্তমান অধ্যাপক জগদীশ মুখীৰ স্বাস্থ্য উন্নত হৈছে
ড° অভিজিৎ শৰ্মাই ফাৰ্মাচিষ্ট গৰাকীক কৰ্তব্যৰ পৰা নিলম্বন কৰে
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ৬১ বছৰ সম্পূৰ্ণ।
February 7, 2023