শিক্ষক সকলৰ. মতে ২০১৩ চনৰ পৰা আৰ.অ.পি অনুযায়ী দৰমহা লাভ কৰি অহা এইসকল শিক্ষকক ২০১৭ চনৰ পৰা শিক্ষাবিভাগৰ এক নির্দেশনাযোগে সপ্তম দৰমহা আয়োগৰ নিৰ্ধাৰিত হাৰত দৰমহা দিয়া হৈছিল। কিন্তু কোনো ৰহস্যজনক কাৰণত বিভাগীয় অৱহেলাৰ বাবে ২০১৯ চনৰ পৰা এইসকল শিক্ষকে বর্ধিত হাৰৰ মৰগীয়া বানচ লাভ কৰা নাই।
Read More