পিছত উন্নত চিকিৎসাৰ বাবে শিল্পীগৰাকীক গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছিল আৰু মেট্ৰ' হাস্পতালৰ আইচিইউত চিকিৎসাধীন হৈ আছিল ।
Read Moreচাহ কৃষিকৰ্ম আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ মুৰব্বী অধ্যাপক মৃদুল ডেকাই আদৰণি ভাষণ আগবঢ়োৱা অনুষ্ঠানটোত বক্তব্য ৰাখি বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক তপন কুমাৰ গোঁহাইয়ে কয় যে জীৱনশৈলী উন্নত কৰিবলৈ হলে কঠোৰ পৰিশ্ৰমৰ উপৰিও বুদ্ধিদীপ্ত কামৰ জৰিয়তে সমান্তৰালভাবে আগবাঢ়িব লাগিব ।
Read Moreপ্ৰশিক্ষণত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন অঞ্চলত সিচৰতি হৈ থকা বিভিন্ন ঔষধি আৰু সুগন্ধিযুক্ত উদ্ভিদৰ সম্পৰ্কে আলোচনা কৰা হয়। প্ৰশিক্ষণৰ দ্বিতীয় দিনা সমল ব্যক্তি হিচাবে প্ৰিয়জিৎ চুতীয়াই অংশ গ্ৰহণ কৰি এনে উদ্ভিদৰ খেতিৰ লাভালাভৰ সম্পৰ্কে প্ৰশিক্ষাৰ্থীসকলক অৱগত কৰে
Read More