আছাম ৰাইফলছৰ ৰাধানগৰ বেটেলিয়নে সেই অঞ্চলত আৰক্ষীৰ সৈতে যৌথ অভিযান চলাই উদ্ধাৰ কৰে এই সমূহ গাঞ্জা ।
Read MoreThe ease is, of course, facilitated majorly by the presence of Shah Rukh Khan, who does not miss a trick in jettisoning his King of Romance persona and donning the garb of an unflappable, unstoppable action hero.
Read Moreমহিলাৰ একক শাখাত প্রাক্তন দ্বিতীয় স্থানৰ খেলুৱৈ আৰিয়না ছাবালেংকাৰ জয়যাত্রা অব্যাহত আছে। ইফালে খিতাপ জয় অন্যতম দাবীদাৰ কেৰ'লিনা পিলিছকভাৰ অভিযান সমাপ্ত হৈছে। চেক গণৰাজ্য প্লিজকভা মেগড়া লিনিটে হাতত পৰাজিত হয়।
Read MoreThe ease is, of course, facilitated majorly by the presence of Shah Rukh Khan, who does not miss a trick in jettisoning his King of Romance persona and donning the garb of an unflappable, unstoppable action hero.
Read Moreৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ উদ্যোগত সমগ্ৰ অসমৰ লগতে লখিমপুৰ জিলাৰ ঢকুৱাখনা আৰু বিহপুৰীয়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত ৭৮২ নং গৰৈমাৰী মদেৰগুৰি প্রাথমিক বিদ্যালয় আৰু সোণাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ২৪ জানুৱাৰী তাৰিখে বিশেষ স্বাস্থ্য পৰীক্ষা শিবিৰ আয়োজন কৰা হয়।
Read Moreএনে প্ৰেক্ষাপটত, সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়টোক প্ৰত্যাহ্বান জনাই সৰ্বোচ্চ ন্যায়ালয়ত দাখিল কৰা ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনখন অতি তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে ৷ এইক্ষেত্ৰত দ্বিতীয় শুনানিৰ পূৰ্বে ৰাজ্য চৰকাৰৰ স্থিতি কি হ’ব সেয়াহে এতিয়া হ’ব লক্ষণীয় বিষয় ৷
Read Moreৰাজ্যিক বিজেপিৰ মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটাই কাৰ্যনিৰ্বাহক সন্দৰ্ভত মন্তব্য কৰি কয় যে মৰিগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত বিজেপিৰ এই কাৰ্যনিৰ্বাহক যথেষ্ট গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে ।
Read More