The tourist flow to the park was affected during the period 2019-2020 and 2020-2021 by the COVID pandemic.
Read MoreKNPTR Director, Jatin Sharma said the park has a total of 144 man-made highlands, including 33 big ones for housing animals during floods. In addition to that, we have built an 8.5 km long road cum highland for providing shelter to animals during floods and for patrolling."
Read Moreডেৰাডুনত থকা ভাৰতীয় বন্যপ্ৰাণী সংস্থানৰ প্ৰকল্প সমন্বয়ক দেৱৰঞ্জন লাহা, আশীষ প্ৰসাদ আৰু প্ৰকল্প সহায়ক নানকা লাক্ৰাৰ উপৰিও ৰাষ্ট্ৰীয় বাঘ সংৰক্ষণ প্ৰাধিকৰণৰ জীৱবিদ আগাথা চি মোমিনে এই প্ৰশিক্ষনত বনকৰ্মী সকলক প্ৰশিক্ষন প্ৰদান কৰে ৷
Read Moreউল্লেখিত চক্ৰটোত থকা অভিযুক্ত বনকৰ্মী কেইজনক ডি এফ অ' ৰমেশ কুমাৰ গগৈৰ নেতৃত্বত চলা অভযানত কৰায়ত্ব কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল যদিও ৰঞ্জয় বৰ্ধনে আত্মগোপন কৰিছিল ৷ গঁড় খৰ্গৰ ব্যৱসায়ৰ সৈতে জড়িত থকা গোচৰত আদালতে ৰঞ্জয় বৰ্মনক চমন জাৰি কৰিছিল যদিও আত্মগোপন কৰি থকা ৰঞ্জয় বৰ্ধনে আদালতত হাজিৰ নোহোৱাত আদালতে তেওঁক পলাতক ঘোষণা কৰিছিল ৷
Read MoreThe rhino census operation in the sprawling KNP was carried out by the Forest Department in Assam with the help of various NGO workers during March 26-27. All together 64 enumerators, 12 independent observers, 49 media observers participated in the rhino census operation.
Read Moreমুঠ ৪৮ টা পুৰ্ব নিৰ্ধাৰিত কম্পাৰ্মেন্টত গননাকাৰীয়ে গঁড় গননা কৰে ৷ এই গননা কাৰ্যত বন বিভাগৰ উচ্চ পদস্থ বিষয়াৰ উপৰিও আমন্ত্ৰিত অভিজ্ঞ ব্যক্তি আৰু বেচৰকাৰী সংগঠনৰ প্ৰতিনিধিৰ উপৰিও বনকৰ্মীয়েও অংশ গ্ৰহন কৰে ৷
Read MoreThe CEO and Aaranyak, Dr Bibhab Talukdar, who is also the Senior Advisor to the International Rhino Foundation for Asian Rhinos, reiterated Aaranyak’s commitment to compliment the efforts of police and forest officials to check wildlife crime and illegal trade in wildlife which is the fourth largest illegal trade in the world.
Read More২০০৯ চনৰ ৭ মাৰ্চত তিনিখন জিপচী লৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অনাধিকাৰ প্ৰৱেশ কৰি জিতেন গগৈয়ে কুশল দুৱৰী আৰু উল্লেখিত সহযোগীৰ সৈতে কহঁৰা ৰেঞ্জৰ মিহিমুখৰ প্ৰৱেশ দ্বাৰেদি সোমাই ৰাষ্ট্ৰীয় উদ্যান খনৰ ঘিলাধাৰী ডুবিত জালেৰে মাছ মাৰিছিল ৷
Read MoreThe ‘Claim Form’ [Form No.VIII, Assam Wildlife (Protection) Rules, 1997] may be obtained free of cost from the Divisional Forest Officer, Biswanath Wildlife Division cum Deputy Director, Biswanath Chariali during office working hours. For a detailed boundary description, the public may contact the same office.
Read MoreIn appreciation of relentless service provided by these VDPs, Aaranyak has been supporting Village Defence Party (VDP) with field gears and basic field equipment whenever the opportunity presents or the need arises.
Read More