মন্ত্ৰীগৰাকীয়ে কয় যে যোৱা বছৰৰ ২২ ডিচেম্বৰত ১২,০০০ টা পৰিয়ালক পানী যোগান ধৰিব পৰাকৈ জাইকা প্ৰকল্পৰ আংশিক কাৰ্যকৰীকৰণ কৰা হৈছিল যদিও তাৰে মাথোঁ ৫,৪০০ টা পৰিয়ালেহে এতিয়ালৈকে খোৱাপানীৰ সংযোগৰ বাবে আৱেদন কৰিছে৷
Read MoreAddressing the street awareness programme, president Dr. Mazumdar lamented that the once a living waterway Bahini is now rendered a dustbin carrying sewage due to dumping of garbage by residents and sewage coming from households.
Read Moreবৰপেটা বিদ্যাপীঠ হাইস্কুলৰ সন্মুখেৰে বৰপেটা সত্ৰৰ বৰখাল হিচাপে পৰিচিত বাছ আস্থানত তেওঁৰ নশ্বৰদেহ ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে ৰখা হ'ব ৷ বুঢ়াসত্ৰীয়াগৰাকীৰ নশ্বৰদেহত ভক্ত তথা বিভিন্নজনে তাতেই শেষ শ্ৰদ্ধা জনাব পাৰিব ।
Read MoreMeghalaya Government has decided to go ahead with its decision of closing down all the entry points in the state for seven days every month till November starting from September 1 even though the Ministry of Home Affairs (MHA) have asked states not to restrict inter-state movements of people.
Read More