Cartoon
View Older
পিছত স্থানীয় লোকে ঘটনাৰ বিষয়ে গম পাই আৰু বাছ খনৰ গ্লাচ ভাঙি যাত্ৰীসকলক উদ্ধাৰ কৰে। এই দুৰ্ঘটনাটোত কেইবাজনো যাত্ৰী সামান্য পৰিমাণে আহত হয় আৰু পৰবৰ্তী সময়ত অন্য বাহনৰ যোগেদি যাত্ৰীসকল উজনিৰ বিভিন্ন স্থানলৈ ঘৰমুৱা হয়।
Read More