অসম চৰকাৰৰ অসম গো-সুৰক্ষা আইন ২০২১
Read Moreপৌৰ এলেকাত ব্যৱসায় কৰা চাইন বোৰ্ড, হৰ্ডিং, পোষ্টাৰ আদিত ওপৰৰ শাৰীত অসমীয়া ভাষা প্ৰয়োগ কৰিব লাগিব আৰু তাৰ তলতহে ইংৰাজী বা হিন্দী ভাষাৰ ভাঙনি ব্যৱহাৰ কৰিব পাৰিব। অন্যথা দোষনীয় বুলি গণ্য কৰি ব্যবস্থা গ্ৰহণ কৰা হ'ব। এই ক্ষেত্ৰত অহা ১ আগষ্টৰ পৰা কাৰ্যকৰী ব্যবস্থা গ্ৰহণ কৰিব লাগিব।
Read Moreউল্লেখযোগ্য যে নগৰখনত উপযুক্তভাবে পানী নিষ্কাষণৰ ব্যৱস্থা নথকাৰ বাবেই এজাক বৰষুণতেই সৃষ্টি হয় কৃত্ৰিম বানৰ। নগৰৰ ৰাজপথৰ দুই কাষে বিজ্ঞান সন্মত নলা-নৰ্দমা নথকাৰ বাবে তদুপৰি যিখিনি তথাকথিত নলা-নৰ্দমা আছে সেইবোৰ দীৰ্ঘদিন ধৰি চফা নকৰাৰ বাবেই এনেদৰে নগৰখনত কৃত্ৰিম বান সৃষ্টি হৈ আহিছে।
Read Moreবৈঠকত উপায়ুক্ত গৰাকীয়ে জিলখনত ৰূপায়ণ হৈ থকা আঁচনিসমূহৰ কাম-কাজ নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত সম্পন্ন কৰিবলৈ সংস্লিষ্ট বিভাগীয় মুৰব্বীসকলক নিৰ্দেশ দিয়াৰ লগতে জনকল্যাণকামী আঁচনিসমূহৰ সফল ৰূপায়নৰ বাবে বিভাগীয় সমন্বয় বজাই ৰাখিবলৈ আহ্বান জনায়৷
Read Moreআন্তৰ্জাতিক নাৰী দিৱসৰ এই বিশেষ গাঁওসভা সমূহত সমল ব্যক্তিসকলে সমাজত লিঙ্গভিত্তিক হোৱা অপৰাধ দূৰীকৰণ তথা এইক্ষেত্ৰত সমাজ কল্যাণ বিভাগে ৰূপায়ণ কৰা মহিলা আৰু শিশু কল্যাণ আঁচনিসমূহৰ বিষয়ে অৱগত কৰে । লগতে মহিলাৰ ওপৰত হোৱা অত্যাচাৰৰ বিষয়ে তাৎক্ষণিকভাৱে জনাবলৈ মহিলা হেল্পলাইন (181), চাইল্ডলাইন (1098) বা আৰক্ষী (100) আদিৰ বিষয়ে বিতংভাবে আলোচনা কৰে।
Read Moreপুৱা ৮:০০ বজাৰ পৰা বিয়লি ৪:০০ বজালৈ সোণাৰি পৌৰসভাৰ ১৬ টা ৱাৰ্ডৰ ২২ টা ভোটগ্ৰহণ কেন্দ্ৰত আৰু মৰাণ পৌৰসভাৰ ১১ টা ৱাৰ্ডৰ ১১ টা ভোটগ্ৰহণ কেন্দ্ৰত সুকলমে তথা শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত কৰাত পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ বাবে চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱাই সংশ্লিষ্ট সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে
Read Moreজলজীৱন মিচনৰ অধিনত সকলো নাগৰিকলৈ চৰকাৰে এটুপি বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰা বাবে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে।সভাত বিধায়ক ধৰ্মেশ্বৰ কোৱঁৰে পৰ্যায়ক্ৰমে এঘৰো বাদ নপৰাকৈ চৰকাৰে এই আচনি ৰুপায়ন কৰিব বুলি উপস্থিত ৰাইজক অবগত কৰে।
Read Moreআনহাতে, সমগ্ৰ দেশৰ লগতে আজিৰে পৰা চৰাইদেউ জিলাতো আৰম্ভ হ'ল ক’ভিড ভেকচিনৰ বুষ্টাৰ ড'জ প্ৰদান কাৰ্যসূচীৰ । চিকিৎসক, স্বাস্থ্যকৰ্মী, ফ্ৰণ্টলাইন কৰ্মী আৰু ৬০ৰ উৰ্ধৰ ব্যক্তি সকলক স্বাস্থ্য বিভাগে আজিৰে ক’ভিড ভেকচিনৰ বুষ্টাৰ ড’জ প্ৰদান কৰিছে।
Read Moreমুখ্যমন্ত্ৰী গৰাকীয়ে কৰ'নাৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ ৰাইজক এইবাৰ ঘৰতেই থাকি ঘৰতেই থাকি মাঘ বিহু উদযাপন কৰিবলৈ আহ্বান জনায়। মাঘ বিহু ঘৰতেই হয়। গতিকে কভিডৰ কাৰণে অসুবিধা নাই। ৰাজ্যখনৰ কভিড পৰিস্থিতিৰ ওপৰত পৰ্য্যালোচনা কৰাৰ পিছত মাঘ বিহু উদযাপনৰ ক্ষেত্ৰত নীতি নিৰ্ধাৰণ কৰা হব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।
Read MoreThe charter of demands of the NESO include repeal of the Citizenship Amendment Act (CAA), permanent solution of the foreigners’ influx issue, elimination of operations of fundamentalist groups in the region, time-bound implementation of the Assam Accord, introduction of inner-line permit (ILP) in all states of the Northeas
Read More