এনএইচপিচিৰ কতৃৰ্পক্ষক সকলো ৰাজনৈতিক দল - সংগঠন , সমাজ সেৱক আৰু ৰাইজক লগত লৈ কাৰিকৰী কৌশল সমুহৰ আলোচনা কৰাৰ পৰামৰ্শ আগবঢ়াবলৈ তেওঁ কয়
Read MoreThe All Arunachal Pradesh Students’ Union (AAPSU) today renewed its opposition to the reported move by China to establish a village in Upper Subansiri district of Arunachal Pradesh and demanded counter measures by the BJP-led government at the Centre to thwart the “expansionist move of the Chinese government.”
Read Moreমন্ত্ৰী পীযুষ হাজৰীকাই আজি শিৱসাগৰ জিলাত উপস্থিত হৈ জিলাখনৰ বিভিন্ন স্থানৰ মথাউৰি আৰু গৰাখহনীয়াৰ কবলত পৰা স্থান সমূহ পৰিদৰ্শন কৰাৰ লগতে অঞ্চলটোত নদীৰ খহনীয়া ৰোধৰ বাবে জলসম্পদ বিভাগৰ অধীনত ৰূপায়িত হৈ থকা বিভিন্ন কামকাজৰ বুজ লয় ।
Read Moreধেমাজি জিলাৰ জোনাই বিধানসভা সমষ্টিৰ চমকং গাওঁ পঞ্চায়তৰ চেঙাজানত চলি থকা ব্ৰহ্মপুত্ৰৰ ব্যাপক খহনীয়া অঞ্চল আজি পৰিদৰ্শন কৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ জলসম্পদ বিভাগৰ কাৰ্য্যবাহী সদস্য নৰেশ কুম্বাঙে।
Read Moreতিনিচুকীয়া জিলাৰ ছৈখোৱা অঞ্চলৰ হাতীঘুলী অঞ্চলত খৰালীৰ সময়টো ব্ৰহ্মপুত্ৰই সৃষ্টি কৰা ভয়ংকৰ গৰাখহনীয়া প্ৰত্যক্ষ কৰি ডিব্ৰুগড়-তিনিচুকীয়া জিলা বান আৰু গৰাখহনীয়া প্ৰতিৰোধ সংগ্ৰাম মঞ্চই উদ্বেগ প্ৰকাশ কৰাৰ লগতে বিগত নবেম্বৰ মাহৰ পৰাই চলি থকা গৰাখহনীয়া প্ৰতিৰোধৰ বাবে জনপ্ৰতিনিধি অথবা বিভাগীয় কৰ্তিপক্ষ আগবাঢ়ি নহাৰ কথাত মঞ্চৰ সভাপতি বিনোদ কেডিয়া আৰু প্ৰেছ উপদেষ্টা শান্তনু গোস্বামী স্বাক্ষৰিত প্ৰেছ বিবৃতিত আচৰ্য্য প্ৰকাশ কৰিছে ৷
Read MoreAiming at data collection and sampling exercise on river water quality, river sediment, riverbank erosion and fish habitat, Minister of State for Youth Affairs and Sports Kiren flagged off "Brahmaputra Aamantran Abhiyaan", a rafting expedition for public outreach, from Gelling to Hatsingmari in Upper Siang district of Arunachal Pradesh on Wednesday.
Read More