কেইবাটাও মূল পথৰ ওপৰত গছ, বাঁহ পৰাত যাতায়ত-যোগাযোগ সেৱা বন্ধ হৈ পৰিছে৷ কম-বেছি পৰিমাণে কেইবাগৰাকীও আহত হৈছে।
Read Moreঅনুষ্ঠানত জিলা উপায়ুক্ত নৰসিং পৱাৰে দেশৰ আন ঠাইৰ তুলনাত অসমৰ মাটি বেছি সাৰুৱা আৰু উৰ্বৰ বুলি উল্লেখ কৰি কৃষকসকলক একেডোখৰ কৃষি ভূমিত একাধিক ফচল উৎপাদনৰ বাবে প্ৰচেষ্টা হাতত লবলৈ পৰামৰ্শ দিয়ে; যাতে কৃষকসকলে নিজৰ আয় দুগুণে বৃদ্ধি কৰিব পাৰে।
Read Moreআনহাতে নাৰী সুৰক্ষা আৰু নাৰী নিৰ্যাতন সম্পৰ্কীয় আইনী পক্ৰিয়াসমূহৰ বিষয়ে সমাজৰ সকলো স্তৰৰ মহিলাৰ মাজত সজাগতা সৃষ্টি অতিশয় প্ৰয়োজনীয় বুলি বক্তব্য আগবঢ়ায়। ৰাজ্যখনত বৰ্ধিত নাৰী নিৰ্যাতনৰ ঘটনাৰ প্ৰতি উদ্বিগ্নতা প্ৰকাশ কৰি অধ্যক্ষা ডা০ হেমপ্ৰভা বৰঠাকুৰে সকলো মহিলা সংগঠন, জিলা তথা মহকুমা আৰু ব্লক পৰ্য্যায়ৰ মহিলা কোষৰ সদস্য-সদস্যাসকলক সক্ৰিয় হ'বলৈ আহ্বান জনায়।
Read Moreতিনিচুকীয়া নগৰৰ এই কৃত্ৰিম বানৰ সমস্যা নতুন নহয় যদিও কৃত্ৰিম বান ৰোধৰ বাবে আজি কোপতি উপযুক্ত পদক্ষেপ গ্ৰহণ নকৰিলে। বিষয়টোত তিলমানো গুৰুত্ব নিদিয়াৰ বাবেই এজাক বৰষুণ দিলেই কৃত্ৰিম বানৰ কৱলত পৰি তিনিচুকীয়া নগৰৰ ৰাইজে দুৰ্ভোগ ভুগিব লগা হৈছে।
Read MoreOnly two weeks back, six hardcore insurgents, three each of NSCN (IM) and Eastern Naga National Government (ENNG), surrendered before a team of Assam Rifles and Arunachal Pradesh Police along with ammunition.
Read MoreThe flights at subsidised fare will start operation from tomorrow (May 19). The Guwahati-Slichar flight will depart at 5 pm while Silchar-Guwahati flight will depart at 6.20 pm.
Read MoreBabburi Sirisha's appointment in Telangana State Southern Power Distribution Company Limited (TSSPDCL) may now force the authorities to change the gender-specific nomenclature of the post as she is keen to be called linewoman.
Read Moreবৈঠকত উপায়ুক্ত গৰাকীয়ে জিলখনত ৰূপায়ণ হৈ থকা আঁচনিসমূহৰ কাম-কাজ নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত সম্পন্ন কৰিবলৈ সংস্লিষ্ট বিভাগীয় মুৰব্বীসকলক নিৰ্দেশ দিয়াৰ লগতে জনকল্যাণকামী আঁচনিসমূহৰ সফল ৰূপায়নৰ বাবে বিভাগীয় সমন্বয় বজাই ৰাখিবলৈ আহ্বান জনায়৷
Read Moreনিৰ্দেশ মৰ্মে এতিয়াৰে পৰা গুৱাহাটীৰ ভূগৰ্ভস্থ পানী আহৰণৰ বাবে আপত্তিবিহীন প্ৰমাণ পত্ৰৰ (এন.অ'.চি.) বাবে, আৱেদনকাৰীসকলে cgwa-noc.gov.in ৱেবছাইটযোগে অনলাইন আবেদন কৰিব লাগিব ।
Read More