Covid-19 vaccination Amrit Mahotsav
Read More৫ এপ্ৰিলৰ বিয়লি আৰু আজি পুৱা ভক্তে চাপৰিৰ মুঠ টা খুটিৰ ৭৯ টা গৰু আৰু ১৫৪ টা ম'হক লৈ মুঠ ২৩৩ টা পশুধনক প্ৰতিষেধক প্ৰদান কৰা হয় বুলি জানিবলৈ দিয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিভাগীয় পশু চিকিৎসক ডা৹ কৰুণা ডেকাই ৷
Read MoreCovaxin has an interval of 28 days between the two doses to complete the primary vaccination schedule Hence, all adolescents in the age group who received the first dose on January 3, 2022, have become eligible for the second dose from January 31, 2022.
Read Moreভেকছিনৰ বাবে যোগ্য জনসংখ্যাত এতিয়া ১৮ বছৰৰ ওপৰৰ সকলো ব্যক্তি,১৫ ৰ পৰা ১৮ বছৰ আৰু স্বাস্থ্যসেৱা কৰ্মী, ফ্ৰণ্টলাইন কৰ্মী আৰু ৬০ বছৰৰ অধিকলোক সকল অন্তৰ্ভুক্ত আছে বুলি উল্লেখ কৰিছে।
Read Moreপ্ৰথম দিনটোত ১৬ টা কেন্দ্রত ৮০১১ জন কিশোৰ -কিশোৰীক ভেকচিন প্ৰদান কৰাৰ লগতে জিলাখনত ৪২ হাজাৰতকৈ অধিক কিশোৰ -কিশোৰীক এই ভেকচিন প্ৰদানৰ কাৰ্যসূচীয়ে সামৰি লব বুলি জানিবলৈ দি আজি উদ্বোধন কৰা শংকৰ মাধৱ মাধ্যমিক বিদ্যালয়ত মুঠ ১৭২ জন ছাত্ৰ -ছাত্ৰীক ভেকচিন প্ৰদান কৰা হয় বুলিও মন্তব্য কৰে।
Read More