মহিলাসকলৰ সাংবিধানিক তথা ন্যায়িক সুৰক্ষাৰ পৰ্যবেক্ষণৰ লগতে তেওঁলোকক আইনগত দিশত পৰামৰ্শ প্ৰদান, বিভিন্ন ওজৰ আপত্তিৰ নিষ্পত্তিৰ বাবে প্ৰয়োজনীয় দিহা পৰামৰ্শ আগবঢ়োৱাৰ উদ্দেশ্যে এই আয়োগ গঠন কৰা হৈছিল।
Read Moreমহিলাৰ বিৰুদ্ধে হিংসা দূৰীকৰণ আৰু ১০ ডিচেম্বৰ আন্তৰ্জাতিক মানৱ অধিকাৰ দিৱস উপলক্ষ্যে যোৱা ২৫ নৱেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈকে তিনিচুকীয়া জিলাত এলানি বিশেষ সজাগতামূলক কাৰ্য্যসূচী গ্ৰহণ কৰিছে।
Read More