চৰকাৰী তথ্য অনুসৰি ভাৰতবৰ্ষৰ অৰ্থনীতি দ্বিতীয়টো ত্ৰিমাসিকত জুলাই মাহৰ পৰা ছেপ্তেম্বৰ মাহলৈ ৭.৫% সংকুচিত হৈছে ৷
Read Moreলকডাউনে বিধ্বস্ত কৰা অৰ্থনীতি পুনৰুদ্ধাৰৰ প্ৰত্যাহ্বানৰ মাজেৰে দাখিল কৰিব লগা এই বাজেট নিৰ্মলা সীতাৰমণৰ বাবে কঠিন প্ৰত্যাহ্বান হৈ পৰিছে৷বিত্ত মন্ত্ৰীয়ে দাখিল কৰিবলগীয়া সাধাৰণ বাজেটে সাধাৰণ জনতাক কৰ ৰেহাই দিয়াৰ আশা প্ৰকাশ কৰা হৈছে।
Read More