এতিয়ালৈ অসমত প্ৰায় ৪০ লাখ টকাৰ টিকট আগতীয়াকৈ বিক্ৰী হৈছে।
মাকে নিজেই স্বীকাৰ কৰিছে
বেংকিং খণ্ডত অনলাইন জালিয়াতি আৰু অন্যান্য হেকিঙৰ চেষ্টাৰ ওপৰত উপস্থাপন কৰে
কোনো ধৰণৰ অনলাইন প্লেটফৰ্মত ছবিখন ভালেমান দিনলৈ উপলব্ধ নহ’ব৷
টেলিফোনযোগে উপায়ুক্ত সকলক নিৰ্দেশ দিয়ে
অনলাইন প্ৰৱঞ্চনাৰ বলি হৈ বহুজনে বহুসময়ত নিজৰ ধন হেৰুৱাবলগীয়া হৈছে৷
পৰীক্ষাৰ্থীয়ে অনলাইনত প্ৰ-পত্ৰ পূৰণ কৰিব লাগিব।
ইফালে অইল ইণ্ডিয়ানসকলৰ মাজত অনলাইন ৱাল পেপাৰ ডিজাইন প্রতিযোগিতা, অনলাইন কুইজ আৰু ৰচনা লিখা প্ৰতিযোগিতাও আয়োজন কৰা হৈছে বুলি এক বিবৃতিত উল্লেখ ।
অইল ইণ্ডিয়ানসকলৰ মাজত অনলাইন ৱাল পেপাৰ ডিজাইন প্রতিযোগিতা, অনলাইন কুইজ আৰু ৰচনা লিখা প্ৰতিযোগিতাও আয়োজন কৰা হৈছে বুলি এক বিবৃতিত উল্লেখ ।
মহিলাগৰাকীৰ সততাত সুখী হৈছিল
তেওঁ প্ৰায়ে সঠিক সময়ত বিদ্যালয়ত উপস্থিত নহয় আৰু শ্ৰেণীকোঠাত থকাৰ সময়তো ক’চিং চেণ্টাৰৰ অনলাইন ক্লাছ লৈ থকাৰ গুৰুতৰ অভিযোগ উঠিছে৷
তালিবানে আফগানিস্তান দখল কৰাৰ পিছত সমগ্ৰ দেশতে মহিলাৰ অধিকাৰ কৰ্তন কৰা হৈছে বুলি অভিযোগ উত্থাপন হৈছে।
বিমান টিকট প্ৰদান কৰা হ'ব
আভ্যন্তৰীণ জল পৰিবহণৰ সঞ্চালকালয়ে দিছে এই নিৰ্দেশনা।
২১০০ টকাত বিক্রী হৈছে
অৱশ্যে অভিনেত্ৰীগৰাকীয়ে কংগ্ৰেছৰ টিকট লাভৰ প্ৰসংগটো কোনে উত্থাপন কৰিছে সেই সন্দৰ্ভত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া জ্ঞাত নহয় বুলি জানিবলৈ দিয়ে ৷
৩০ৰ পৰা ৩২হাজাৰটা টিকট বিক্ৰীৰ লক্ষ্য লৈছে অসম ক্ৰিকেট সন্থাই।
অসম ক্ৰিকেট সন্থাই নেহৰু ষ্টেডিয়ামত টিকট কাউণ্টাৰ এটা মুকলি কৰিছে । দিনৰ ১১ বজাৰ পৰা আবেলি ৬ বজালৈ কাউণ্টাৰত উপলব্ধ হ'ব খেলৰ টিকট ।
বিধায়ক অতুল বৰাই পুত্ৰক ৰাজনীতিলৈ প্ৰক্ষেপ কৰি ৰাজ্যিক বিজেপিৰ উপ-সভাপতি জয়ন্ত দাসৰ ৰাজনৈতিক ভৱিষ্যতৰ ভাবুকি কঢ়িয়াইছে নেকি বুলিও সৰৱ চৰ্চা আৰম্ভ হৈছে দিছপুৰত ।
কোডবোৰৰ অৰ্থ জনাটো অতিকৈ গুৰুত্বপূৰ্ণ
অনুমতি দিয়া নহ'ব
পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ অনুষ্ঠিত হ'ব
যাত্ৰীৰ টিকট নিৰীক্ষণ কৰে
February 7, 2023