First Phase, assam Election, Notified, অসমৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ আনুষ্ঠানিক অধিসূচনা জাৰি
Read Moreকৰ্ণাটকত চিক্কাবল্লাপুৰ জিলাৰ এটা কোৱেৰিত ব্যৱহাৰ হোৱা জিলেটিন ষ্টিকৰ বিস্ফোৰণত ৬জন ব্যক্তি নিহত হোৱাৰ খবৰ লাভ কৰা হৈছে ৷ প্ৰাপ্ত খবৰ অনুসৰি অবৈধভাৱে মজুত কৰি ৰখা জিলেটিনসমূহক আৰক্ষীৰ অভিযানৰ পৰা বাচিবলৈ জিলেটিন বাৰসমূহ নষ্ট কৰিবলৈ যাওতে হঠাতে বিস্ফোৰণ ঘটা বুলি অভিযোগ উত্থাপন কৰা হৈছে ৷
Read Moreঅৰ্জুন তেণ্ডুলকাৰ বাওঁহতীয়া পেছাৰ।বেটিঙো কৰিব পাৰে।ইতিমধ্যে মুস্তাক আলী ট্ৰফীত মুম্বাইৰ হৈ দুখন মেচ খেলিছে অৰ্জুন তেণ্ডুলকাৰে।মুম্বাইৰ অনুৰ্ধ্ব ১৯, অনুৰ্ধ্ব ১৬ আৰু অনুৰ্ধ্ব ১৪ দলৰ হৈ খেলিছে অৰ্জুনে।কিছুদিন পূৰ্বে মুম্বাই আৰক্ষীয়ে আয়োজন কৰা আমন্ত্ৰণীমূলক টুৰ্ণামেণ্টত ৩১ বলত ৭৭ ৰানৰ ইনিংছ খেলি দৃষ্টি কাঢ়িছিল অৰ্জুনে।
Read More