বিভিন্ন স্থানৰ পৰা ভক্তসকলে মূৰ্তিটো চাবলৈ ভিৰ কৰা দেখা গৈছে ।
Read Moreবৰ্তমান মুনজিৰে নিম্ন অসমত শিক্ষা প্ৰতিষ্ঠানটো আৰু মুম্বাইত মাৰ্কেটিং এজেন্সী চলোৱাৰ লগতে আন বিদ্যালয়ৰ স্বত্বাধিকাৰী, এডটেক প্ৰতিষ্ঠাপক বা উদীয়মান উদ্যোগীসকলক ব্ৰেণ্ড মাৰ্কেটিঙৰ জৰিয়তে তেওঁলোকৰ ব্যৱসায় বৃদ্ধি কৰাৰ ক্ষেত্ৰত পৰামৰ্শ প্ৰদান কৰে।
Read Moreৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ উদ্যোগত সমগ্ৰ অসমৰ লগতে লখিমপুৰ জিলাৰ ঢকুৱাখনা আৰু বিহপুৰীয়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত ৭৮২ নং গৰৈমাৰী মদেৰগুৰি প্রাথমিক বিদ্যালয় আৰু সোণাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ২৪ জানুৱাৰী তাৰিখে বিশেষ স্বাস্থ্য পৰীক্ষা শিবিৰ আয়োজন কৰা হয়।
Read More