মনোজৰ এনে সাফল্যত গৃহ চহৰ ডিব্ৰুগড়ত আনন্দৰ লহৰ উঠিছে।
Read Moreশেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণৰ সময়ত কেবাগৰাকীও মহিলা খেলুৱৈয়ে নিজৰ প্ৰশিক্ষকৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰা লজ্জাজনক ঘটনা পোহৰলৈ অহাৰ পিছতে এই পদক্ষেপ গ্ৰহণ কৰিছে ছায়ে।
Read Moreসভাই গুৱাহাটীত ৰাজ্যিক যুৱ ক্ৰীড়া, যোৰহাটত ৰাজ্যিক ক্ৰীড়া, মুখ্যমন্ত্ৰীৰ অসম বিশ্ববিদ্যালয় ক্ৰীড়া প্ৰতিযোগিতা আয়োজন কৰাৰ বাবে আৰু অলিম্পিক দিৱসৰ দিনা কটন কলেজত ক্ৰীড়া কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা তথা শ্ৰেষ্ঠ ক্ৰীড়া সংগঠকক বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
Read Moreদেশৰ সাংবিধানিক মুৰব্বী হিচাপে ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতি দুয়োগৰাকীৰ নিৰ্বাচন সমসাময়িকভাৱে অনুষ্ঠিত কৰা হৈছে আৰু এই প্ৰক্ৰিয়া আগন্তুক স্বাধীনতা দিৱসৰ পূৰ্বে সমাপ্ত হ’ব।
Read More