ভাইৰেল হৈ পৰিছে
২০১৫ চনৰ এপ্ৰিলত লায়ন্স ক্লাবে তেওঁক “নাৰী শক্তি বঁটা” প্ৰদান কৰিছিল।২০১৬ চনত তেওঁ আন্তৰ্জাতিক মানৱ অধিকাৰ পৰিষদ, অসম খণ্ডৰ পৰা “বছৰটোৰ মহিলা” বঁটা লাভ কৰিছিল।
এই সভাতে ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদক প্ৰাথমিকৰ পৰা মাধ্যমিক পৰ্যায়ৰ সকলো পাঠ্যপুথি হিন্দী, ইংৰাজী আৰু উৰ্দুৰ লগতে আন ভাৰতীয় ভাষাতো ছপা কৰি উলিয়াবলৈ আহ্বান জনায়।
অৱশ্যে এইক্ষেত্ৰত ৰাজ্য চৰকাৰ তথা মুখ্যমন্ত্ৰীগৰাকীয়ে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হ'ব পৰৱৰ্তী সময়ত লক্ষণীয় বিষয় ।
অন্যহাতে একেখন আদালতে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৪২ ধাৰাৰ অধীনত অতিৰিক্ত ৬ মাহৰ সশ্ৰম কাৰাদণ্ডও বিহে
আঘাতপ্ৰাপ্তসকলক ইতিমধ্যে চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি থকা হৈছে । আহতসকলৰ শৰীৰত একাধিক গুলীৰ আঘাত পোৱা গৈছে ৷
ইংৰাজী নৱবৰ্ষৰ দিন চমু চাপি অহাৰ লগে লগে ৰাইজৰ মাজত বনভোজ খোৱাৰ উছাহ বাঢ়িছে৷
ডিগবৈ টিংৰাই বনগাঁৱৰ নিৱাসী ত্ৰিদীপ শইকীয়া আৰু সুৰভি শইকীয়াৰ সুযোগ্যা কন্যা নয়না বর্তমান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগত অধ্যয়নৰত।
কেতিয়াবাই নামফলক সমাধি বোৰৰ পৰা আঁতৰি গ'ল যদিও যোৰহাটৰ কাছাৰী চৌহদত থকা এই সমাধি কেইটা যে কোনো উচ্চ পদস্থ বিষয়াৰ সেয়া নিশ্চিত।
অহা ইংৰাজী ৫,৬,৭ আৰু ৮ জানুৱাৰী,২০২৩ তাৰিখে শদিয়া চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অধিবেশন অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে।
অসমীয়া, ইংৰাজী, অৰ্থনীতি, শিক্ষাতত্ব, দৰ্শন আৰু ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰৰ সুবিধা
March 2, 2023