কুটুম্ব সুৰক্ষা পৰিষদৰ হৈ এই গোচৰ তৰিছে সভাপতি সত্যৰঞ্জন বৰাই।
Read Moreএনে প্ৰেক্ষাপটত, সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়টোক প্ৰত্যাহ্বান জনাই সৰ্বোচ্চ ন্যায়ালয়ত দাখিল কৰা ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনখন অতি তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে ৷ এইক্ষেত্ৰত দ্বিতীয় শুনানিৰ পূৰ্বে ৰাজ্য চৰকাৰৰ স্থিতি কি হ’ব সেয়াহে এতিয়া হ’ব লক্ষণীয় বিষয় ৷
Read More