এই স্বৈৰাচাৰী শাসন শীঘ্ৰে অৱসান কৰি আৰু আইনৰ শাসন প্ৰতিষ্ঠা কৰিবলৈও ডি ৱাই এফ আইয়ে দাবী কৰিছে।
এই অভিযানত ৰাষ্ট্ৰীয় ৰাইফলছ, কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনী আৰু অন্যান্য নিৰাপত্তা সংস্থাসমূহ জড়িত হৈ আছে ৷
১৩৯ জন লোক আহত হৈছে
আৰক্ষীৰ গুলীত গুলীবিদ্ধ কুখ্যাত বাইক চোৰ ত্ৰৈলোক্য বৰদলৈ৷
ঝাৰখণ্ডৰ পৰা আহিছিল ইৰাণী গ্রুপৰ সদস্যকেইজন।পুতলা পিষ্টল দেখুৱাই ৩লাখ ৩৫হাজাৰ টকা লুট কৰিছিল দলটোৱে।
নজৰুলক ১৬ নৱেম্বৰত গ্ৰেপ্তাৰ কৰা হৈছিল আৰু ৩ দিন আৰক্ষীৰ জিম্মাত আছিল
আৰক্ষীৰ মতে, গোলাঘাটৰ পৰা পলায়ন কৰি যোৰহাটৰ পেট্ৰল পাম্পত বিমানে সংঘটিত কৰিছিল ডকাইতি কাণ্ড। ইয়াৰ পিছতে তেওঁ ডিব্ৰুগড় এ এম চিত আত্মীয়ৰ চিকিৎসা কৰি নাহৰকটীয়াৰ পৰা এখন গাড়ী চুৰি কৰি অৰুণাচললৈ গৈছিল।
সংযুক্তা পৰাশৰক উগ্ৰপন্থী সংগঠনবোৰে কেইবাবাৰো মৃত্যুৰ ভাবুকি দিছিল
এবাৰ জয়নালে এগৰাকী আৰক্ষী বিষয়াক দাৰে ঘপিয়াই হত্যাৰো চেষ্টা চলাইছিল।নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত ডকাইতিৰে সন্ত্ৰাসৰ সৃষ্টি কৰা জয়নাল এটি বিশেষ ৰাজনৈতিক দলৰ সৈতেও জড়িত আছিল।
স্বৈৰাচাৰী শাসন শীঘ্ৰে বন্ধ কৰাৰ বাবে চৰকাৰক দাবী জনায়
March 2, 2023