বান- গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীত সদৌ ধেমাজি জিলা ছাত্র সন্থাৰ বিক্ষোভ
জিলাখনত এইবছৰ জীয়াঢল, কুমটীয়া, গাইনদী, চিমেন, চিয়াং, লালী, ৰাইনৈ, ন-নদী, মিছামাৰী, নিলখ, ডিমৌ আদি নৈ সমুহৰ বাঢ়নী পানীয়ে শতাধিক গাওঁ প্লাবিত কৰি ৰাখিছে ।
Read More